Coming Soon

অতি সোনকালে আহি আছে

শ্ৰীমদ্ভগৱদ্ গীতা

"গীতা সুগীতা কর্ত্তব্যা কিমন্যৈঃ শাস্ত্ৰ বিস্তৰৈঃ।
যা স্বয়ং পদ্মনাভস্য মুখ পদ্মাদ্বিনিসৃতা।।"
অনুবাদঃ শ্রীমদ্ভগবদ্গীতাই সুগীতা, ইয়াক গীত কৰা অৰ্থাৎ পাঠ কৰাই কৰ্ত্তব্য, যি শাস্ত্র সাক্ষাৎ শ্রীকৃষ্ণৰ মুখ-পদ্মৰ পৰা প্ৰকাশ পাইছে। আন বিস্তৰ শাস্ত্ৰৰ আৰু কি প্রয়োজন?

অতি সোনকালে শ্ৰীমদ্ভগৱদ্ গীতাৰ অসমীয়া অনুবাদ তথা ইয়াৰ বিষয়ে বিস্তৃত তথ্য এই ব্লগত আগবঢ়োৱা হ'ব। আমাৰ লগতে থাকক।

জয় শ্ৰী কৃষ্ণ 🙏